ধেমাজীত খৰাং পৰিস্থিতি বাবে হাহাকাৰ কৃষকৰ মাজত

0 3,465

কৃষক ৰাইজৰ হাহাকাৰ পৰিস্থিতি৷ শালি খেতিৰ বতৰত এটোপাল পানী নাই পথাৰত৷ পানীৰ অভাৱত পথাৰত ধান ৰঙা কৰিছে শালিতলীত ঘাঁহ বন ৷ লাখ লাখ হেক্টৰ মাটি এতিয়া খৰাং বতৰৰ কবলত৷ নিৰুপায় কৃষক সকল৷ শালি খেতিৰ ওপৰত নিৰ্ভৰশীল কৃষক ৰাইজৰ মনৰ খৱৰ লওঁতা নাই৷

অসমৰ চৰকাৰে জলসিঞ্চন নামৰ বিভাগ এটা আছে৷দৰমহাৰ বাবত চৰকাৰে কোটি কোটি ৰাজহুৱা ধন অপচয় কৰি আহিছে৷ এতিয়া পথাৰত পানী দিয়াৰ ব্যৱস্থা নাই৷ ছয় সাত মাহলৈকে কোনো বিভাগীয় লোক নাহে কাৰ্যালয়লৈ নহাৰ অভিযোগ কৃষক ৰাইজৰ ৷

Leave A Reply

Your email address will not be published.