চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিবাদ

0 25

ভূমিহীন পৰিয়ালক চৰকাৰে ভূমি আবণ্টন নিদিয়াকৈ CHAMPABATI MILK PRODUCTION CO-OPERATIVE SOCIETY আৰু GAUTAM CONSTRUCTION Co. Ltd.ৰ নামত চৰকাৰী ভূমি আবণ্টন দিয়াক লৈ তীব্ৰ ক্ষোভ সংগঠন দুটাৰ

উল্লেখ যে চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধীৰবিলৰ দাগ নং ৩৮ ৰ ১১২ বিঘা মাটি CHAMPABATI MILK PRODUCTION CO-OPERATIVE SOCIETY আৰু যমদুৱাৰ ১ম খণ্ডৰ দাগ নং ৪১৩ ৰ ৬ বিঘা ৪ কটা মাটি GAUTAM CONSTRUCTION Co. Ltd.ৰ নামত চৰকাৰে দিয়া চৰকাৰী মাটিৰ আবণ্টন বাতিলৰ দাবীত এই ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে

Leave A Reply

Your email address will not be published.