শিল্পী ৰমেন বৰুৱাৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 5,575

শিল্পী ৰমেন বৰুৱাৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিৰুদ্দিষ্ট শিল্পীগৰাকী সন্দৰ্ভত পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বিগত ২৩ দিনে সন্ধান ওলোৱা নাই বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ কলৈ গল ৰমেন সেই কথা এতিয়াএ নিশ্চিত নহয়

২২ জুলাইত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা

Leave A Reply

Your email address will not be published.