নাজিৰাৰ বৰতল তিনিআলিৰ পৰা নিৰুদ্দেশ এগৰাকী প্ৰাপ্তঃবয়স্ক মহিলা

0 3,473

নাজিৰাৰ বৰতল তিনিআলিৰ পৰা এগৰাকী প্ৰাপ্তঃবয়স্ক মহিলা নিৰুদ্দেশ
সন্ধানহীন প্ৰাপ্তঃবয়স্ক মহিলা গৰাকীৰ নাম চৈয়দা জাহানাৰা বেগম |
অভিযোগ অনুসৰি বিগত ১১ আগষ্টৰ পুৱা ৬:৩০ মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে এই প্ৰাপ্তঃবয়স্ক মহিলাগৰাকী |
সদাশয় ব্যক্তিয়ে যদি তেওঁক দেখা পায় স্থানীয় আৰক্ষী অথবা 60017-35499 নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ-মাধ্যমৰ জড়িয়তে পৰিয়ালৰ লোকে আহ্বান জনাইছে |

Leave A Reply

Your email address will not be published.