কলিয়াবৰ বৰঘুলীত দিবা ক্ৰিকেট প্ৰতিযোগিতা

0 1,253



বৰঘুলি ক্ৰিকেট ক্ৰিয়া সন্থাৰ সৌজন্যত বৃহস্পতি বাৰৰে পৰা চাৰিদিনীয়া ভাবে বিলপাৰ খেলপথাৰত অনুষ্ঠিত হৈছে দিবা ক্ৰিকেট প্ৰতিযোগিতা। পিটছ ত নামি বেটিং কৰি খেলখনি ৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজসেৱক তথা বৰঘুলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি চুৰহাব উদ্দীন ডাঙৰীয়াই। অহা দেওবাৰে অনুষ্ঠিত হব লগীয়া ফাইনেল খেল খনি উপভোগ কৰি খেলুৱৈ সকলক উৎসাহিত কৰিবৰ বাবে ৰাইজৰ সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছে উদ্যোক্তা সকলে।

Leave A Reply

Your email address will not be published.