আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস

0 8,891

আজি ৯ আগষ্ট। প্ৰতিবছৰে আজিৰ এই দিনটো সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস হিচাপে পালন কৰি অহা হৈছে। ইয়াক বিশ্ব আদিবাসী দিৱস বুলিও জনা যায়। 

বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়। ইয়াৰোপৰি বিশ্বৰ বিভিন্ন সমস্যাৰ প্ৰতি খিলঞ্জীয়া লোকসকলে আগবঢ়োৱা অৱদান আৰু পৰিৱেশতন্ত্ৰৰ সমস্যা সমাধানৰ হকে কাম কৰা ভূমিপুত্ৰ সকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই দিৱসৰ সূচনা কৰা হৈছিল।

Leave A Reply

Your email address will not be published.