যোৰহাট শাখা কাৰ্যালয়ত অসম চাহ মজদুৰ সংঘৰ ৬৭ সংখ্যাক প্ৰতিষ্ঠা দিৱস উদযাপন

0 4,583

আজি অসম চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ উদ্যোগত ACMS যোৰহাট শাখা কাৰ্যালয়ত অসম চাহ মজদুৰ সংঘৰ ৬৭ সংখ্যাক প্ৰতিষ্ঠা দিৱস উদযাপন এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্দ্ধনা ও আৰ্থিক সাহায্য প্ৰদান কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোৰহাট শাখা সমিতিৰ অন্তৰ্গত থকা সকলো চাহ বাগিচাৰ সভাপতি সম্পাদক আৰু শ্ৰমিক সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.