নদুৱাৰ ঢাৰিকাটি পালেঙ গাঁৱত বন্যহস্তীৰ তাণ্ডৱ

0 1,255

পুৱতি নিশা গাঁওখনত প্ৰৱেশ কৰি বিপুল ঙাটে নামৰ লোকজনৰ ভঁৰাল ঘৰ ভাঙি ধান খাই তহিলং কৰে এটা বনৰীয়া হতীয়ে৷

ৰাইজে অভিযোগ মতে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে ঢাৰিকাটি অঞ্চলৰ গাঁও সমূহত প্ৰবেশ কৰি বহুলোকক হত্যা কৰাৰ লগতে খেতি পথাৰ নষ্ট কৰি আহিছে ৷ কিন্তু এই পৰ্যন্ত বনৰীয়া হাতী প্ৰতিৰোধৰ কোনো ব্যৱস্থা কৰা নাই বন বিভাগে ৷

Leave A Reply

Your email address will not be published.