মৰিয়নীত আটছাৰ উত্তাল প্ৰতিবাদ

0 1,255


শুকুৰবাৰে পুৱাই মৰিয়নীত আটছাই উত্তাল প্ৰতিবাদ স্যাবাস্ত কৰে। কাজিৰঙাত অসমৰ ভূমি বহিৰাগত বণিয়াক হস্তান্তৰ কৰাৰ বিৰুদ্ধে আটছাই এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল।

উক্ত প্ৰতিবাদস্থলীত বহু কেইগৰাকী আটছাৰ নেতাক আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। মৰিয়নীৰ কলিয়াপানীত আটছাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডি জিপিৰ প্ৰতিকৃতি দাহ কৰি আটছা নেতাৰ ওপৰত আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

Leave A Reply

Your email address will not be published.