ৰাজ্যৰ ২৩খনকৈ জিলাত সতৰ্কবাণী বতৰ বিজ্ঞান বিভাগৰ মূষলধাৰ বৰষুণৰ লগতে বজ্ৰপাত!

0 3,488

ৰাজ্যৰ ২৩খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। মূষলধাৰ বৰষুণৰ লগতে বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে।

কাছাৰ জিলাত আজিৰ দিনটোত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

বাকী ২২খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। ডিমা হাছাও, কৰিমগঞ্জ, হাইলাকান্দি জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট।
নামনি অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কোকৰাঝাৰ, বাক্সা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, তামুলপুৰ, বজালী, বৰপেটা, নলবাৰী, কামৰূপ জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে।
গুৱাহাটী মহানগৰীতো মূষলধাৰ বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Leave A Reply

Your email address will not be published.