কলিয়াবৰত আৰু এজন জাপানী এনকেফেলাইতিজ ত আক্ৰান্ত

0 7,909

কলিয়াবৰত পুনৰ জাপানীজ এনকেফেলাইতিজত আক্ৰান্ত হৈছে এগৰাকী ৬৪ বছৰীয়া বৃদ্ধা । বৃদ্ধা গৰাকী ভোমোৰাগুৰি গাওঁৰ পুতু বৰা বুলি জানিব পৰা গৈছে । টি এম চি এইচ ৰ চিকিৎসা গ্ৰহণ কৰি থকা মহিলা গৰাকী বৰ্তমানো নিজা ঘৰতেই আছে । আজি টি এম চি এইচ ত ভৰ্তি কৰাবৰ বাবে কলিয়াবৰ স্বাস্থ্য বিভাগে প্ৰচেষ্টা হাতত লৈছে । এই লৈ কলিয়াবৰত জাপানীজ এনকেফেলাইতিজ ত আক্ৰান্তৰ সংখ্যা ৭ লৈ বৃদ্ধি পালে ।

Leave A Reply

Your email address will not be published.