আজি প্ৰকৃতি সংৰক্ষণ দিৱস।

0 7,803

প্ৰতিবছৰে ২৮জুলাই তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস পালন কৰা হয়। এই দিনতো প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে স্মাৰক দিন।

প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰতিজন মানুহ দায়বদ্ধ আৰু প্ৰতিজন ব্যক্তিয়ে পৰিৱেশ সুৰক্ষাৰ বাবে অংশগ্ৰহণ কৰা উচিত। আমি একেলগে বৰ্তমানৰ লগতে ভৱিষ্যত প্ৰজন্মৰ কল্যাণ নিশ্চিত কৰিবলৈ এক বহনক্ষম বিশ্বৰ দিশত কাম কৰিব লাগিব।

প্ৰকৃতি সংৰক্ষণৰ দিশে হাত আগুৱাবলৈ কোনো জমা পুঞ্জী ভাঙিব নালাগে বা ধন দাতা বা বিনিয়োগকাৰীৰ ওচৰলৈও যোৱাৰ প্ৰয়োজন নাই। প্ৰকৃতি সংৰক্ষণৰ উপায় হৈছে সৰল দৈনন্দিন কাৰ্যকলাপৰ জৰিয়তে নিজৰ পৰিয়ালৰ সৈতে সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপত জড়িত হোৱা আৰু নিজৰ ঘৰৰ পৰাই এক বৃহৎ পাৰ্থক্য আনিবলৈ চেষ্টা কৰা।

Leave A Reply

Your email address will not be published.