প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল নিযুক্তি

0 9,904

অসমৰ ৰাজনীতিৰ বৰ্ষীয়ান নেতা তথা বিজেপিৰ দীৰ্ঘদিন ধৰি অসম বিজেপিৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা ৰমেন ডেকাক ৰাজ্যপাল হিচাপে নিযুক্তি।

দুটাকৈ লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পাছতো ৰমেন ডেকাই নীৰৱে কৰি গৈছিল দলীয় কাম কাজ।

বিজেপি দলৰ আন নেতাৰ দৰে বিসম্বাদ নকৰাৰ উপহাৰ স্বৰূপে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰিলে নেকি তাক লৈ এতিয়া চৰ্চা চলিছে।

Leave A Reply

Your email address will not be published.