২০২৪ৰ আজি পেৰিছ অলিম্পিক প্ৰথম দিন

0 6,703

আজিৰ দিনটোত শ্বুটিং, হকী, বেডমিণ্টন, টেবুল টেনিছ আৰু ছেলিং ইভেণ্টত নামি ভাৰতীয় ক্ৰীড়াবিদসকল। শ্বুটিঙেৰে অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে

সন্দীপ সিং/ইলাভেনিল ভালাৰিভান, অৰ্জুন বাবুটা/ৰমিতা জিন্দালে ১০ মিটাৰ মিক্সড ইভেণ্টত খেলিব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ। অৰ্জুন সিং চিমা আৰু সৰৱজোৎ সিঙে ১০ মিটাৰ এয়াৰ পুৰুষৰ পিষ্টলত দুপৰীয়া ২টাৰ পৰা শ্বুটিং ৰেঞ্জত প্ৰৱেশ কৰিব। মনু ভাকৰ আৰু ৰিদম সাংৱানক বিয়লি ৪ বজাৰ পৰা ১০ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ যোগ্যতাত যুঁজত নামিব।

Leave A Reply

Your email address will not be published.