“এক পে’ৰ মা কে’ নাম” কাৰ্যসূচী ৰূপায়ণ ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ইক’ ক্লাব ফৰ মিচন লাইফৰ উদ্যোগত

0 4,592

বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস হ’ব (Wold Nature Conservation Day) ৰ লগত সংগতি ৰাখি ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ইক’ ক্লাব ফৰ মিচন লাইফৰ উদ্যোগত বিদ্যালয় প্ৰাংগণত আজি “এক পে’ৰ মা কে’ নাম” কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বিদ্যালয়খনৰ অৰ্ধ শতাধিক ছাত্ৰ -ছাত্ৰীয়ে নিজ নিজ মাতৃৰ উপস্থিতিত মাতৃৰ নামত একোজোপাকৈ বৃক্ষৰোপণ কৰি মাতৃসকলৰ ত্যাগক স্বীকৃতি প্ৰদান কৰা দেখা যায় । অহা ৩১ আগষ্টৰ পূৰ্বে সৰ্বমুঠ ১০০ জোপা বৃক্ষ বিদ্যালয় প্ৰাঙ্গণত ৰোপণ কৰা হ’ব বুলি পি এম শ্ৰী ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ছেছানুজ সৰকাৰে জানিবলৈ দিয়ে ।

Leave A Reply

Your email address will not be published.