চামগুৰিৰ সোণাৰিবালিত চোৰাং কাঠৰ বিৰুদ্ধে বনবিভাগৰ অভিযান

0 1,259


➡️অভিযানত জব্দ প্ৰায় ৫০-৬০ কেবি চোৰাং কাঠৰ ফাণ্টা।
➡️জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য আনুমানিক লক্ষাধিক টকা।
➡️সোণাৰিবালিৰ এটা ভিতৰুৱা অঞ্চলৰ এখন বাঁহনিত কাঠখিনি কোনো দুষ্টচক্ৰই মজুত কৰি ৰখাৰ সন্দেহ।
➡️সম্ভেদ পাই ঘটনাস্থলিত উপস্থিত হোৱা চাপানালা খণ্ড বন বিভাগৰ বিষয়া-কৰ্মীয়ে জব্দ কৰে চোৰাং কাঠখিনি।
➡️অবশ্যে আসাধু চক্ৰটোৰ এজনকো কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল অভিযান চলোৱা বন বিভাগ বিষয়া-কৰ্মীয়ে।

Leave A Reply

Your email address will not be published.