কলিয়াবৰত নতুনকৈ নিৰ্মাণ হ’বলগা চাৰিলেনযুক্ত পথৰ বিৰুদ্ধিতাৰে প্ৰতিবাদ চাহ শ্ৰমিক¸আটছাৰ

0 5,583

চিকনি চাহ বাগিছাত কলিয়াবৰ আটছাৰ উদ্যোগত বাগিছাখনৰ শ্ৰমিক ৰাইজে পুৱাই তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে।

কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মান হবলগা চাৰিলেন যুক্ত পথচোৱা চিকনি চাহ বাগিছাৰ মাজেৰে যোৱাক লৈ তীব্ৰ প্ৰতিবাদ চাহ শ্ৰমিকৰ।

বাগিছাখনৰ প্ৰায় ২০০ বিঘা ভূমিৰে নিৰ্মান হবলগা পথচোৱাক লৈ তীব্ৰ প্ৰতিবাদ চাহ শ্ৰমিক¸আটছাৰ।

উদ্যোগ¸বাগিছা ধ্বংস নকৰাকৈ পথ নিৰ্মান কৰক¸অন্যথা আন্দোলন অৱ্যাহত থাকিব বুলি হুংকাৰ আটছা¸চাহ শ্ৰমিকৰ।

Leave A Reply

Your email address will not be published.