⭕বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ অৱনী বৰঠাকুৰৰ দেহাৱসান

0 5,574

⭕বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ অৱনী বৰঠাকুৰৰ দেহাৱসান |
⭕গুৱাহাটীৰ গীতানগৰৰ কে জি এম টি হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু |
⭕নাজিৰাৰ গড়আলী নিবাসী তথা ৯৫ বছৰ বয়সত মৃত্যু প্ৰবীণ বাওঁপন্থী নেতাগৰাকী

Leave A Reply

Your email address will not be published.