নেপালত ভয়ংকৰ বিমান দুৰ্ঘটন।

0 4,584

নেপালৰ ৰাজধানী কাঠমাণ্ডুত দুৰ্ঘটনাত পতিত হয় এখন বিমান। সূৰ্য এয়াৰলাইনছৰ এই বিমানখনত আছিল ১৯জন যাত্ৰী। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। দুৰ্ঘটনাৰ ফলত জ্বলি যায় বিমানখন। আজি পুৱা ১১ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

বৰ্তমান উদ্ধাৰকাৰ্য অব্যাহত আছে। অৱশ্যে এতিয়ালৈ হতাহতৰ তথ্য লাভ কৰিব পৰা হোৱা নাই। বিমানখন কাঠমাণ্ডুৰ পৰা পোখৰালৈ ৰাওনা হোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে জ্বলি উঠে বিমানখন।

Leave A Reply

Your email address will not be published.