ক’লা জামু শৰীৰৰ বাবে কিমান উপকাৰী

0 2,362

এই ক’লা জামুত যথেষ্ট পৰিমাণে প্ৰ’টিন, কৰ্ব’হাইড্ৰেটৰ লগতে আন বহুতো গুণ আছে । যিবোৰ শৰীৰক ভালে ৰাখিবলৈ নিয়মিত প্ৰয়োজন হয়। মিঠা আৰু ৰসাল এই ফলটো বহুতৰে প্ৰিয়। ক’লা জামুয়ে মানুহৰ শৰীৰত তেজ পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে তেজৰ হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ নাৰীসকলৰ বাবে এই ফলবিধ বহু প্ৰয়োজনীয়।

Leave A Reply

Your email address will not be published.