কামপুৰত সংঘটিত পথ দুৰ্ঘটনাত শিক্ষক গুণকান্ত বৰা মৃত্যু

0 4,594

বকুলগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক আছিল গুনকান্ত বৰা ।

বুধবাৰে বিয়লি চিমলাই বজাৰত বজাৰ কৰি ঘূৰি অহাৰ অৱস্থাত দুৰ্ঘটনাত পতিত হয়।

কামপুৰ থানাৰ অন্তৰ্গত বকুলগুৰী তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা।

শিক্ষকজনৰ বাইক আৰু এখন টাটা ম’বাইলৰে হৈছিল মুখামুখি সংঘৰ্ষ।

গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈছিল শিক্ষক বৰা।

পিচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিক্ষকজনৰ।

শিক্ষক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে।

Leave A Reply

Your email address will not be published.