আমগুৰিৰ খৰঙীত বানপীড়িত ৰাইজক সকাহ দিয়াৰ বাবে অনুষ্ঠিত হ’ল কঠীয়া পৰা কাৰ্যসূচী

0 5,583

ৰাজ্যত নেৰানেপেৰা বৰষুনৰ মাজতে ভিন্ন প্ৰান্তত সৃষ্ঠি হৈছে বানপানী আহাৰ মহীয়া বানকলৈ হাহাকাৰ বানপীড়িতৰ শেহতীয়া বানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে কৃষকে যাৰ বাবে আমগুৰিৰ খৰঙীত আজি বানপীড়িত ৰাইজক সকাহ দিয়াৰ বাবে অনুষ্ঠিত হল কঠীয়া পৰা কাৰ্যসূচী।।

অসম গণ পৰিষদৰ নাজিৰা বিধান সভা সমষ্টিৰ উদ্যোগত আৰু সমুহ দলীয় কৰ্মীৰ সহযোগত খৰঙীত এক কঠীয়া পৰা কাৰ্যসূচী অনুষ্ঠিত হয়।বানপীড়িত ৰাইজক কৃষি কৰ্মত সকাহ দিয়াৰ উদ্দেশ্যে এই কঠীয়া পৰা কাৰ্যসূচী অনুষ্ঠিত হয়।এই কঠীয়া পৰা কাৰ্যসূচীত অগপৰ সকলো দলীয় কৰ্মী সকলৰ সৈতে উপস্থিত থাকে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা।

Leave A Reply

Your email address will not be published.