মহানগৰীৰত পুনৰ ভয়ংকৰ ভূমিস্খলন

0 55,581


মহানগৰীৰ বোন্দাৰ আমগাঁও নন্দন পথত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। বৃহস্পতিবাৰে নিশা অহা নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হৈছে এই ঘটনা।

চামচুল ৰহমান নামৰ লোক এজনৰ ভঁৰাল ঘৰৰ ওপৰত পাহাৰৰ ৰঙা মাটি খহি পৰে। মাটিৰ তলত ঘৰত থকা সকলো সামগ্ৰী পোত খাই যায়। অৱশ্যে এই ঘটনাত কিছু সামগ্ৰী বিনষ্ট হৈ যদিও কোনো লোকে হাতহঁত হোৱা নাই। ঘটনা স্থলীত স্থানিয় গাওঁবুঢ়া উপস্থিত হৈ অৱস্থাৰ বুজ লৈ জিলা প্ৰশাসনক অৱগত কৰে।

Leave A Reply

Your email address will not be published.