ADRE পৰীক্ষা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা!

0 1,021

পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা! সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনালে সকলো কথা কেনেদৰেঅসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত নহয় তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষা পূৰ্বৰ আৰ্হিতেই অনুষ্ঠিত হ’ব ADRE পৰীক্ষা পৰীক্ষালৈ দুমাহ থকা অৱস্থাত সলনি নহয় পৰীক্ষা পদ্ধতি
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “লাও যেনেকৈ পাতৰ তলত, চৰকাৰ সদায় ৰাইজৰ তলত। ৩০ নৱেম্বৰৰ ভিতৰত দিয়া হ’ব আনন্দৰাম বৰুৱা বঁটা। ৩০ নৱেম্বৰৰ ভিতৰত HSত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে পাব স্কুটী। উচ্চতৰ মাধ্যমিকত ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰয়ো পাব স্কুটী”

Leave A Reply

Your email address will not be published.