মৰিগাঁও জাগীৰোড চিলিন্দাৰ ভৰ্তি ট্ৰাক দূৰ্ঘটনাগ্ৰস্ত

0 12,369

মৰিগাঁও জাগীৰোড সংযোগী পথৰ বাচনাঘাটৰ ফৰেষ্ট গেট দূৰ্ঘটনাগ্ৰস্ত এখন চিলিন্দাৰ ভৰ্তি ট্ৰাক।

ট্ৰাকখনৰ নম্বৰ AS25BC6636 ট্ৰাক খনে নুমলিগৰ পৰা গুৱাহাটী অভিমুখে আনিছিল চিলিন্দাৰ খিনি।

ট্ৰাক খনৰ কিছু কাৰিকৰী বিজুতি হোৱাৰ ফলত বাচনাঘাটৰ ফৰেষ্ট গেটত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও ট্ৰাক খনত ৩০৯ টাকৈ গেছ ভৰ্তি চিলিন্দাৰ থকাৰ ফলত শংকিত হৈছে স্থানীয় ৰাইজ।

Leave A Reply

Your email address will not be published.