নগাঁৱৰ কন্দলীৰ কাফিতলী বামুণ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

0 4,587

এটা বন্যহ‌স্তীয়ে পকী ঘৰৰ দেৱাল ভাঙি ভঁড়ালৰ ধান খায় চলালে উপদ্ৰৱ।

বামুণ গাঁৱৰ লখিন্দ ওৰাং নামৰ লোকজনৰ বাসগৃহ ভাঙি উপদ্ৰৱ চলাই বন্যহস্তীটোৱে।

বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰটোৰ।

নিশা হ’লেই খাদ্যৰ সন্ধানত এতিয়া বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্যহস্তীৰ জাক।

আনহাতে কঠিয়াতলীৰ গৰুবন্ধাটো বন্যহস্তীৰ উপদ্ৰৱত স্থানীয়া ৰাইজৰ নিদ্ৰা হৰিছে

Leave A Reply

Your email address will not be published.