টি-২০ বিশ্বকাপৰ মেগা ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু ইংলেণ্ড

0 5,708

বৃহস্পতিবাৰে টি-২০ বিশ্বকাপৰ মেগা ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু ইংলেণ্ড। ভাৰতীয় সময়ত অনুসৰি আজি নিশা ৮ বজাত গায়ানাত অনুষ্ঠিত হ’ব মেগা মেচখন। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাত টি-২০ বিশ্বকাপৰ আশা নিৰ্বাপিত হৈছিল ভাৰত। ২০২২ৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয় পোতক তুলিবলৈ চেষ্টা কৰিব টীম ইণ্ডিয়াই।

২৭ জুনত গায়ানাত বৰষুণ-বজ্ৰপাতৰ পূৰ্বাভাস পোৱা গৈছে। কেৱল সেয়াই নহয়, ঘণ্টাত ১০ৰ পৰা ১৫ বেগত বতাহও বলিব পাৰে। তাতোকৈ ডাঙৰ কথাটো হ’ল বৃহস্পতিবাৰৰ ছেমিফাইনেলৰ বাবে বৰষুণৰ সম্ভাৱনা ৭০ শতাংশ। বৰষুণত সময় হেৰুৱালে অ’ভাৰ হ্ৰাস হ’ব পাৰে।

Leave A Reply

Your email address will not be published.