পত্নীৰ মৃত্যুৰ ২০ মিনিটত পিছত চৰম পথ লৈছিল IPS শিলাদিত্য চেতিয়াই

0 482

পত্নীৰ মৃত্যুৰ ২০ মিনিটত পিছত চৰম পথ লৈছিল IPS শিলাদিত্য চেতিয়াই। দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ থকাৰ অন্তত শিলাদিত্য চেতিয়াৰ পত্নীয়ে মঙলবাৰে বিয়লি ৪ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে আৰু তাৰ ঠিক ২০ মিনিটত পিছতে ছাৰ্ভিছ ৰিভলভাৰে মূৰত গুলীয়াই নিজৰো জীৱন শেষ কৰে IPS শিলাদিত্য চেতিয়াই। পত্নীৰ নিঠৰ দেহ ওচৰতে নিজৰো জীৱন শেষ কৰি দিলে IPS শিলাদিত্য চেতিয়া।

Leave A Reply

Your email address will not be published.