G7 সন্মিলনত অংশগ্ৰহণৰ বাবে ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

0 2,367

ইটালীৰ আপুলিয়াত বৃহস্পতিবাৰে নিশা উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা জি 7 সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইটালীত উপস্থিত হোৱা মোডীক আপুলিয়াৰ ব্ৰিণ্ডিচি বিমানবন্দৰত উপস্থিত হোৱা পাছতে উষ্ম আদৰণি জনায়। মোডীয়ে শুকুৰবাৰে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা

মোডীক আদৰিবলৈ বিমানবন্দৰত উপস্থিত হয় ইটালীস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বাণী ৰাও আৰু অন্য বিষয়াসকল ৷ জি 7 সন্মিলনৰ প্ৰচাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ এইবেলি ভাৰতক আমন্ত্ৰণ কৰা হৈছে ৷

মোডীয়ে কয় যে, তৃতীয়বাৰৰ বাবে ইটালীত অনুষ্ঠিত এই জি 7 সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ আনন্দিত ৷ পূৰ্বৰ ইটালী ভ্ৰমণৰ কথা সোঁৱৰাৰ লগতে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্ক উন্নত কৰাত সহায় কৰিব

Leave A Reply

Your email address will not be published.