কাছাৰত নদী পথেৰে বাংলাদেশলৈ পশুধন সৰবৰাহ

0 800

বৰাক উপত্যকাত নদী পথেৰে বাংলাদেশলৈ পশুধন সৰবৰাহ চোৰাং ব্যৱসায়ীৰ।‌ বৰাক নৈৰে সৰবৰাহৰ সময়ত কাছাৰ জিলাৰ কাটিগৰা বাংলাদেশ সীমান্তত ৮ টাকৈ চোৰাং ম’হ জব্দ কৰে বিএছ এফে।

কাটিগৰাৰ হৰিনগৰ বিওপি ত কৰ্মৰত বিএছ এফৰ ১৭০ নম্বৰ বিএছ এফে বৰাক নৈৰে উটি গৈ থকা সময়ত ম’হ কেইটা জব্দ কৰে। , ম’হ কেইটাৰ মূল্য ৫ লাখ ৮০ হাজাৰ।

ঈদ উপলক্ষে ম’হ কেইটা নদী পথেৰে বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে।‌ পিচত ম’হ কেইটা স্থানীয় আৰক্ষী থানাত চমজাই দিয়ে।

Leave A Reply

Your email address will not be published.