ঘোষণা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী

0 4,467

দেশৰ নির্বাচন আয়োগে ঘোষণা কৰিছে বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী। দেশৰ ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নির্বাচন।

দেশৰ নির্বাচন আয়োগে ঘোষণা কৰিছে বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী। দেশৰ ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নির্বাচন।

উল্লেখযোগ্য যে নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে ২১জুনৰ ভিতৰত দাখিল কৰিব লাগিব তেওঁলোকৰ মনোনয়ন পত্ৰ। আনহাতে মনোনয়ন পত্ৰসমূহ নিৰীক্ষণ কৰা হ’ব ২৪জুনত। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ সময় সীমা বান্ধি দিছে ২৬জুনলৈকে।

Leave A Reply

Your email address will not be published.