ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অল ৰাউণ্ডাৰ কেডাৰ যাদৱে

0 44,464

ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অল ৰাউণ্ডাৰ কেডাৰ যাদৱে। অলৰাউণ্ডাৰগৰাকীয়ে সোমবাৰে নিজৰ এক্স আৰু ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰিছে।

মহাৰাষ্ট্ৰৰ এইগৰাকী ক্ৰিকেটাৰে ইনষ্টাগ্ৰামত কিশোৰ কুমাৰৰ জনপ্ৰিয় ‘জিন্দেগী কি ছফৰ মে’ শীৰ্ষক গীতটো বেকগ্ৰাউণ্ডত ব্যৱহাৰ কৰি নিজৰ কেৰিয়াৰৰ বহুকেইটা স্মৰণীয় মুহূৰ্তৰ ফটো ব্যৱহাৰ কৰি এটা ৰীল আপলোড কৰিছে। য’ত কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে আই পি এলৰ প্ৰাই কেইটা ফ্ৰেঞ্চাইজি আৰু ক্ৰিকেট ৱেবচাইটে মন্তব্য কৰি তেওঁক পৰৱৰ্তী জীৱনলৈ শুভেচ্ছা জনাই ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.