পৰ্যটকৰ বাবে শুকুৰবাৰৰ পৰা বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

0 77,816

শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চলিত বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ বিদেশৰ বহু পৰ্যটক ৷

২০২৩ বৰ্ষৰ ১৫অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি বন্ধ হ’ব ৷ আজিৰে পৰা কাজিৰঙাৰ সৌন্দৰ্য্য উপভোগ কৰিব নোৱাৰিব পৰ্যটকে

বিশেষকৈ এই বৰ্ষত মাক-পোৱালি গঁড়, গঁড়ৰ যুদ্ধ আৰু পৰ্যটন পথত অতিক্ৰমী গঁড়ে বিশেষ আমোদ দিলে পৰ্যটকক ৷

সমানেই গঁড়কেন্দ্ৰিক পৰ্যটনত এই বৰ্ষত বাঘৰ ভূমিকা অপৰিহাৰ্য ৷ এই বৰ্ষৰ পৰ্যটনত আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিল সোণালী বাঘ ৷

Leave A Reply

Your email address will not be published.