শুকুৰবাৰে মুক্তি পালে অসমীয়া ছবি প্ৰতিশ্ৰুতি

0 799

শুকুৰবাৰে মুক্তি পালে অসমীয়া ছবি প্ৰতিশ্ৰুতি। ড্ৰাগছৰ দৰে মহামাৰীক সম্পূৰ্ণৰূপে সমাজৰ পৰা আঁতৰ কৰাটোৱে প্ৰতিশ্ৰুতিৰ মূল কাহিনী।

নিজৰ সন্তানক সময় দিয়াৰ পৰিৱৰ্তে অগাধ টকা পইছা দি একাংশ অভিভাৱকে কিদৰে সন্তানক মৃত্যু মুখলৈ থেলি দিছে সেই সুন্দৰ বাৰ্তাৰে ছবিখন নিৰ্মাণ কৰা হৈছে।

আজি মুক্তি লাভ কৰা প্ৰতিশ্ৰুতিৰ কাহিনী বজালীৰ সন্তান কিশোৰ তহবিলদাৰৰ। এই ছবিখনত প্ৰস্তুতি পৰাশৰৰ দক্ষ অভিনয় চাই দৰ্শকে ব্যাপক সঁহাৰি জনাইছে।

Leave A Reply

Your email address will not be published.