তামাৰহাটৰ হাতীধুৰাত পথ দুৰ্ঘটনা
-তীব্রবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন লোক
-নিহত লোকজন নাটাবাৰী গাঁৱৰ শান্ত সাহা ওৰফে চুকা
-দুৰ্ঘটনাক কেন্দ্র কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
-দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখন
-উত্তেজিত ৰাইজে জ্বলাই দিয়ে আন এখন ডাম্পাৰ
-অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় ডাম্পাৰখনৰ জুই