বিদুষী মহিলা কিৰণ্ময়ী মহন্তৰ মৃত্যু

0 3,477

বিদুষী মহিলা তথা নবীনা সংঘৰ প্ৰাক্তন বিষয়ববীয়া কিৰণ্ময়ী মহন্ত আৰু নাই। দেওবাৰে দিনৰ ১-০০ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৮৭ বছৰ।

শাৰীৰিক অসুস্থতাৰ হেতু কিছুদিন পূৰ্বে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈছিল মহন্ত। চিকিৎসাধীন অৱস্থাতে বিদুষী মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

নবীনা সংঘৰ প্ৰাক্তন বিষয়ববীয়া তথা গুৱাহাটীৰ নবীন নগৰৰ নামঘৰকে ধৰি একাধিক অনুষ্ঠানেৰে জড়িত আছিল কিৰণ্ময়ী মহন্ত।

Leave A Reply

Your email address will not be published.