আমলখিৰ ৰসে মেদবহুলতা, ডায়েবেটিচকে ৰোগ নিয়ন্ত্ৰণ কৰে

0 561

আমলখিৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰিলে তেজ পৰিস্কাৰ হয়।তদুপৰি, মেদবহুলতা, মধুমেহ, জণ্ডিচ, এচিডিটি আৰু ৰক্তহীনতা আদিৰ দৰে বহুতো সমস্যাৰ পৰা আপোনাক আমলখিৰ ৰসে ৰক্ষা কৰিব পাৰে।আমলখিত ভিটামিন চি, টেনিন, এমিনো এচিড আৰু অত্যাৱশ্যকীয় ফেটি এচিড থাকে, যিয়ে চুলিক পুষ্টি প্ৰদান কৰে। বজাৰত অতি সহজে আমলখিৰ ৰস পোৱা যায় যদিও এই ৰস ঘৰত প্ৰস্তুত কৰি খালে আপুনি আৰু অধিক লাভাম্বিত হ’ব। 

Leave A Reply

Your email address will not be published.