অভিনেত্ৰীগৰাকীৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ অমৃতাৰ অকাল মৃত

0 33,333,366

ভোজপুৰী চিনেমাৰ এগৰাকী সুপৰিচিত অভিনেত্ৰীৰ অমৃতাৰ দেহাৱসান। ভোজপুৰী তাৰকাগৰাকীৰ আকস্মিক মৃত্যুৰ শোকস্তব্ধ হৈ পৰিছে প্ৰতিগৰাকী অনুৰাগী। সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছে অভিনেত্ৰীগৰাকীৰ মৃতদেহ। আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ’ল মৃত্যুৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত বিশেষ ষ্টেটাছ প’ষ্ট কৰিছিল।

ভাগলপুৰৰ আদমপুৰ জাহাজ ঘাটত অৱস্থিত দিব্যধৰ্মা এপাৰ্টমেণ্টত সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছে জনপ্ৰিয় ভোজপুৰী অভিনেত্ৰী অমৃতা পাণ্ডেৰ মৃতদেহ

। ঘটনা সন্দৰ্ভত জগছাৰ আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ পৰিয়ালটোক জেৰা আৰম্ভ কৰিছে

Leave A Reply

Your email address will not be published.