প্ৰথমবাৰৰ বাবে মৰান জনগোষ্ঠীৰ “ৰাতি বিহু উদযাপন ডিগবৈ ৰিফাইনেৰি খেলপথাৰত

0 444,444,470

ডিগবৈৰ ৰিফাইনেৰী খেলপথাৰত অসম মৰাণ সভা, সদৌ মৰাণ ছাত্র সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, ডিগবৈ আঞ্চলিক সমিতি সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্র, বুটীদিহিং আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু বৃহত্তৰ ডিগবৈ জাতীয় সংগঠনৰ লগতে সমূহ ডিগবৈবাসী ৰাইজৰ সহযোগত
প্ৰথমবাৰৰ বাবে প্রথম বার্ষিক মৰান জনগোষ্ঠীৰ ৰাতি বিহু আয়োজন কৰে।

তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিহুৱা-বিহুৱতীয়ে জিপাল কৰিলে ঐতিহাসিক ৰিফাইনেৰী খেল পথাৰ।

লোকে লোকাৰন্য হৈ পৰিল ৰাতি বিহুস্থলী।

Leave A Reply

Your email address will not be published.