গেলেকী সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ পৰিদৰ্শন |

0 5,575

অসাধু চক্ৰই গছ-বন তথা চাহ বাগিছা ধ্বংস কৰাৰ প্ৰায়ে অভিযোগ আছিল গঁঞা আৰু কৃষক ৰাইজৰ |

এই খবৰ লাভ কৰি আজি নাজিৰাৰ মহকুমাধিপতি আয়ুষী জৈন ডাঙৰীয়ানীয়ে শিৱসাগৰ জিলাৰ মাণ্ডলিক বন বিষয়া সহ অঞ্চল সমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় |

লগতে গঁঞা আৰু কৃষক ৰাইজৰ নিৰাপত্তা সন্দৰ্ভত স্থানীয় বন বিভাগ আৰু আৰক্ষীৰ সৈতে মহকুমাধিপতি গৰাকীয়ে বিশেষ আলোচনাত মিলিত হয় |

Leave A Reply

Your email address will not be published.