মুছলপুৰত উপস্থিত নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

0 7,799

৩ নং তামুলপুৰ আৰু ৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ৪৭০ টা ভোট কেন্দ্ৰৰ কাৰণে ৪৭০ গৰাকী প্ৰিজাইডিং আৰু ১৪১০ গৰাকী পুলিং বিষয়াই ইভিএম মেচিনকে ধৰি সকলো সামগ্ৰী সংগ্ৰহৰ কাৰণে বাক্সাৰ মুছলপুৰত উপস্থিত হৈছে।

দুয়োটা বিধানসভা সমষ্টিৰ ৪,১১,৬৬৪ গৰাকী ভোটাৰৰ ভোটগ্ৰহণৰ কাৰণে সাজু হৈছে সকলো প্ৰিজাইডিং আৰু পুলিং বিষয়া।

Leave A Reply

Your email address will not be published.