ৰাজ্যত HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

0 1,264

ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চলিত শিক্ষাবর্ষতো অনলাইন পদ্ধতিৰে হ’ব নামভৰ্তি

আজিৰে পৰা মুকলি হৈছে ‘দর্পন’ প’র্টেল

নামভৰ্তিৰ আবেদন দাখিলৰ অন্তিম দিন ২ মে’

৫ মে’ৰ মাজনিশা প্রকাশ পাব মেধাৰ তালিকা

৬ৰ পৰা ৮ মে’ৰ ভিতৰত নিশ্চিত কৰিব লাগিব শিক্ষানুষ্ঠান

৯-১০ মে’ত অনলাইন পদ্ধতিৰে সম্পন্ন হ’ব নামভর্তি পক্রিয়া

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে এই নির্দেশনা

Leave A Reply

Your email address will not be published.