কলিয়াবৰত ১০ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ

0 5,575

কলিয়াবৰৰ মাধৱগাওঁত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ সাপ । গাওঁখনৰ মমি দে নামৰ মহিলাগৰাকীৰ ঘৰত উদ্ধাৰ হৈছে সাপদাল ।

১০ ফুট দৈঘ্য ৰ সাপদালৰ ওজন প্ৰায় ১৩ কেজি ।

ৰাজু নামৰ যুৱক এজনে সাপডাল উদ্ধাৰ কৰি শিলঘাট বন বিভাগক চমজাই দিয়ে বুলি জানিব পৰা গৈছে ।

সাপডাল চাবলৈ ৰাইজৰ ভিৰ

Leave A Reply

Your email address will not be published.