ঈদৰ আগ দিনাই বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

0 1,273


ঈদৰ বজাৰ কৰি ঘৰলৈ উভতি অহাৰ সময়ত সংঘটিত হ’ল এই ভয়ংকৰ পথ দুৰ্ঘটনা

এই দুৰ্ঘটনাত থিতাতে নিহত এজন পথচাৰী আনহাতে এই দুৰ্ঘটনা আন এজন গুৰুতৰ বাবে আহত।

বিলাসীপাৰাৰ চহৰ সূৰ্য খাতা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।


নিহত ব্যক্তি গৰাকীৰ নাম মজিদ সেখ ঘৰ বিলাসীপাৰাৰ সূৰ্য খাতা ২য় খণ্ড গাওঁত।


প্ৰত্যক্ষ দৰ্শী ভাষ্য মতে বিলাসীপাৰাৰ সূৰ্য খাতা পেট্ৰল পাম্পৰ সন্মুখত ৰাস্তা পাৰ হওঁতেই তীব্ৰ বেগী মটৰ চাইকেলৰ খুন্দা মাৰাৰ ফলত থিতাতে নিহত এজন আন এজন অবস্থা অতি সংকট জনক।
দুৰ্ঘটনা গ্ৰস্থ বাইক খন নম্বৰ As17M9739 বুলি জানিব পৰা গৈছে।


ঘটনাস্থলীৰ পৰা বিলাসীপাৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয় লৈ যায়।
পিছত মৰোন্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.