খানাপাৰাত STF ৰ ড্ৰাগছবিৰোধী অভিযান, জব্দ হেৰ’ইন

0 46

গুৱাহাটী মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছবিৰোধী অভিযান। খানাপাৰাৰ উৰণসেতুৰ সমীপত অভিযানত জব্দ হেৰ’ইন।

হেৰ’ইনভৰ্তি ৫৫টা কণ্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট জব্দ। প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩টা ড্ৰাগছ ব্যৱসায়ীক।

ধৃত ছানিদুল আলী, শুকুৰ আলী, সুনীতা বসুমতাৰী ওৰফে এঞ্জেল।

Leave A Reply

Your email address will not be published.