প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ ১৫জন কোটিপতি প্ৰাৰ্থী ! সবাতোকৈ ধনী প্ৰাৰ্থীগৰাকী কোন ?

0 33

অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১৫জন কোটিপতি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হয়। ২০২৪ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১৫জন কোটিপতি প্ৰাৰ্থী।

বিজেপিৰ ৫গৰাকী প্ৰাৰ্থী, কংগ্ৰেছৰ ৩ গৰাকী, আপৰ ২ গৰাকী প্ৰাৰ্থী কোটিপতিৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে। নিৰ্বাচনত অৱতীৰ্ণ ১৫ কোটিপতি প্ৰাৰ্থী কেইজন হল-

প্ৰথম স্থানত কাজিৰঙাৰ নিৰ্দলীয় প্ৰাৰ্থী দিলৱোৰা বেগম চৌধুৰী ধনাঢ্য । দিলৱোৰা বেগম চৌধুৰীৰ সম্পত্তিৰ পৰিমাণ ১৭ কোটি ৫৮ লাখ।

আপৰ মনোজ ধানোৱাৰ সম্পত্তিৰ পৰিমাণ ৯ কোটি ৩২ লাখ।

আনহাতে, SUCI ৰ পল্লৱ পেগু আটাইতকৈ দুখীয়া প্ৰাৰ্থী ।পল্লৱ পেগু মুঠ সম্পত্তিৰ পৰিমাণ ৩৮,১৬৯ টকা।

আপৰ ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে আছে সৰ্বাধিক গোচৰ। কৌণ্ডিন্যৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত আছে ৭ টাকৈ গোচৰ।

Leave A Reply

Your email address will not be published.