তিনি দশকৰ ভিতৰত সৰ্ববৃহৎ ভূমিকম্প টাইৱানত

0 708

তিনি দশকৰ ভিতৰত সৰ্ববৃহৎ ভূমিকম্প টাইৱানত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে টাইৱানক

ভূমিকম্পৰ পাছতে দেশখনত ছুনামীৰ আশংকা কৰা হৈছে

চুবুৰী দেশতো হাই এলাৰ্ট জাৰি কৰা হৈছে
৩ মিটাৰ পৰ্যন্ত ছুনামিৰ প্ৰভাৱৰ সম্ভাৱনা কৰা হৈছে দেশখনত

টাইৱানত বন্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা

ভূমিকম্পৰ ফলত টাইপেৰ বহু ঠাইত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে দক্ষিণ জাপান আৰু ফিলিপাইনছৰ দ্বীপসমূহৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। পূব টাইৱানত কেইবাটাও অট্টালিকা ভাঙি গৈছে যদিও এতিয়ালৈকে ক্ষয়-ক্ষতিৰ কোনো তথ্য পোৱা হোৱা নাই

Leave A Reply

Your email address will not be published.