কৰ্কট ৰোগৰ সৈতে যুঁজি আছে বিজেপিৰ সুশীল কুমাৰ মোডীয়ে

0 4,489

বিজেপি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীয়ে বুধবাৰে প্ৰকাশ কৰে যে তেওঁ যোৱা ছয় মাহ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছে আৰু ইয়াৰ ফলস্বৰূপে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলৰ পৰিকল্পনাত অংশ গ্ৰহণ নকৰিব।

প্ৰধানমন্ত্ৰীক সকলো কথা জনাইছে সুশীল কুমাৰ মোদীয়ে

লোকসভা নিৰ্বাচনত দলক সহায় আগবঢ়াব নোৱাৰে সুশীল কুমাৰ মোদীয়ে

X-যোগে সদৰী কৰে এই কথা

Leave A Reply

Your email address will not be published.