জাল মৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে মীন বিভাগে

0 2,384

জাল মৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে মীন বিভাগে

যোৰহাট জিলাত ১ এপ্ৰিলৰ পৰা চাৰে তিনিমাহৰ বাবে মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। যোৰহাট জিলাৰ মীন উন্নয়ন বিষয়াই জিলাখনৰ সমূহ জনসাধাৰণৰ জ্ঞাতাৰ্থে জনাইছে যে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ অসম মীন আইনৰ আধাৰত মাছৰ উৎপাদন বৃদ্ধিৰ বাবে মাছৰ প্ৰজননৰ কালছোৱাত জধে-মধে মাছ ধৰা, কণী বা শুক্ৰ থকা গাভিনী মাছ মৰা, আঁঠুৱা জালৰ লগতে কম পাহিৰ বেৰজাল, ফাঁচিজাল বা অন্য যি কোনো জালৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

Leave A Reply

Your email address will not be published.