গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

0 1,263

গোৱালপাৰাত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত অসম আৰক্ষীৰ কমাণ্ডো জোৱান
আজি ধূপধৰা থানাৰ দেওশীলাত ১৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই দুৰ্ঘটনা। কোনো অচিনাকী বাহনে মহতিয়াই থৈ যায় নম্বৰ প্লেটবিহীন এখন স্কুটী।

থিতাতে নিহত অসম আৰক্ষীৰ কমাণ্ডো জোৱান ধ্ৰুৱজ্যোতি ৰাভা। গুৰুতৰভাৱে আহত আন এগৰাকী যুৱক পৰাগ ৰাভা।

Leave A Reply

Your email address will not be published.